#makeinAssam #diy #gaming #electronics
# makeinAssam ৫০বছৰে সেই বাছ conductorক খুচুৰা দিয়া কাম চলিছে .... বাচ পেমেন্ত চিচিতেমবোৰ বনাওতে খৰচ হয় বাবে নবনায়... ফলত টেকনকজী ব্যৱহাৰ নহয় পুৰনী কলিয়া চিচতেমেৰেই চলিচে হেচ থেলা খাই , কেচ লেচ হলে কেনে হয় ? The Revolutionary MakeinAxom IDEA:: পুৱা প্ৰিপেইদ কাৰ্দ ললে (50/-)বাচ স্তপত .. বাচ সোমাওতে কত যাব সেই জেগাৰ টকা বুতাম প্ৰেচ কৰিলে ধৰক ভাড়া ৬টকা ... তাত তেপ কৰক মানে কাৰ্দ চুই দিয়ক /ওপৰেৰে লৈ যাওক .. বিপ কৰিব মানে টকা কাতিলে আন ভাড়া বাবে কন্দাক্তৰে ৰিমতেৰে ভাৰা চিলেক্ত কৰি দিলে ৮টকা / ১২ টকা /১৫টকা কেচ লেচ কৰা সকলক অফাৰ ও দিলে ১৫০/- ললে ৩টা ভাড়া ফ্ৰি সন্দিয়া দৰকাৰ পৰিলে , বাচ স্তপত গৈ বাকী ৰোৱা ধন ঘুৰালে বা কাৰ্দতে ৰাখিলে The fraud security :: preventing misuse.. checker in buses : ভুল ভাড়া দি বেছি দুৰ যোৱা সকলৰ কাৰ্দ চেকাৰে চেক কৰিব যত তত ... ধৰা পৰিলে ২০০০ফাইন Why this is so cheap system yet very very useful: আৰদুইন হৈছে প্ৰচেচৰ বৰ্ড যত সকলো সহজে বনাব পাৰি . .BAREBOAR ARDUINO বনালে ১২০/-মানতে কৰি লব পাৰে ... ইয়াৰে মেই ৰিদাৰ বনাইছোঁ... ...
Comments
Post a Comment