Skip to main content
১০টা কাম কৰিলে মবাইল বেয়া বা ৰিপিয়াৰলৈ যাব
10 things that make mobiles go for repair
১)পানীৰ পৰা বচাই ৰাখা
-পানী কেবল বৰষুন নহয়, ঘৰত বেচিনত , কাপৰ পৰা , বটলৰ পৰাই পৰি সোমাব পাৰে পানীয়ে চাৰকিতৰ অংশজইন কৰে .. পাৱাৰ গলে ছিপ বা নানা অংশ দৰকাৰতকে বেছি ভল্তেজ পাই নষ্ট হৈ যায় ! ঘামৰ পৰাও সোমাব পাৰে পানী , ৰুমাল অাদিৰে মবাইল একেলগে নাৰাখিব । -- prevent water damage Water is one big killer for cells , water is not only from rain but spills of cup , bottle etc can damage

২) কেচিঙ নহলে ছকেত / চেনচৰ বেয়া হয়
কেচ কভাৰ নকৰিলে , ধুলি আদিয়ে মবাইলত সোমাই ৰাসায়নিক ভাৱে ফনক নষ্ট কৰে চকেত ফিত কৰোতা কোম্পেনী চাৰ্ভিচত দিলে ১০০০টকাও যাব পাৰে । ---casing free cell phone use is prone to chips and damge of the outer as well as sockets as duct come in and as you insert the cable , the small copper lines damage
On top of that , the more exposed to air and moisture the internal circuits too get aging fast and more faults come in
৩)স্ক্ৰিণ গাৰ্দ নহলে
প্লাস্তিকৰ Guard কে গ্লাছ হলে স্ক্ৰিণ গাৰ্ড হলে ই প্ৰতেক্ত কৰে নহলে বেয়া হয় প্লাস্তিকৰ খনে স্ক্ৰেছ হে ৰক্ষা কৰে , পৰিলে ভাগিবই ! ৪/১০ সম্ভাৱনা যে পৰি ভাগি যায় স্ক্ৰিন ।
স্ক্ৰিন মানে ৪০০০/= পৰা ৯০০০/- খৰচ , নতুন মবাইলেই আহে ৯০০০/- - No glass screen guard ? means it will not resist fall most falls scatter the glass / LCD nomatter gorilla and Godzilla glass u have a hit on a small bump of metal is unstobable . Use a 9D glass for screen costs 300Rs . ৪) গৰম সামগ্ৰী পৰা দুৰৈত
- পাক ঘৰত , হিটাৰৰ ওচৰত নথব
গৰম হৈ নানা বিজুতি ঘতিব পাৰে , বাহিৰৰ বডিকে চুই দিলে সেই মবাইল ৰাখিব নোৱাৰিব , মনেই নকব । ইস্ত্ৰী , হিতাৰ , ছলজাৰিঙ আদিবোৰৰ ঠাইত নাৰাখিব হেন্ড চেত । -hot items may damage iron , heater , flame , candles
৫) বেয়া চাৰ্জাৰ ললে
Cheap brand ললে ই বেতেৰী + মবাইল নষ্ট কৰে
- cheap chargers kil battery or probably kill the power chips because they dont have voltage regulation full in many time
৬) অদৰকাৰী এপ ৰাখিলে - ফ'ন স্ল' কৰে
এপ বোৰ কামত নালাগিলেও মেমৰি + দাতা লয় সেইবাবে useless নাৰাখিব -don't keep unused apps this will make ur cell go slow , or heat up
৭)ব্লু-হুৱেল
এই এপ বোৰ সকলো ৱেই স্পাই ৱেৰ what ever u want to see in that deadly game don't come via APP . All BH apps are hacker app - delete
৮) নজনা কাৰোবাৰে সৰু ৰিপিয়েৰ কৰোৱা
socket অাদি বেয়া হলে ভাল জেগাত দিব -- It is better to give to a known repair center don't just go to any small service man
৯) হেদফন লৈ শুই গলে
হেদফন নষ্ট কৰে , ভাল বুলিলেই ৯০০/- খৰচ সেই বাবে এই কাম নকৰিব
--sleep with earbuds and head phone = damage , the wires get tangled and stressed . So after few sleeps one EARBUD will not work and you cannot repair .
১০) ওপৰৰ পকেতত ৰাখা
- ই heart nerve signal effect কৰিব পাৰে , Risk of fall ! পৰিব ধৰে প্ৰায়ে
- keeping in shirt pocket is a easy fall possibility.Many ladies carry cell in jeans back pocket.Keeping in back pocket at time makes more damage prone due to bending and can fall . Better carry cell in purse !
Comments
Post a Comment