#makeinAssam
Why this is so cheap system yet very very useful:
৫০বছৰে সেই বাছ conductorক খুচুৰা দিয়া কাম চলিছে .... বাচ পেমেন্ত চিচিতেমবোৰ বনাওতে খৰচ হয় বাবে নবনায়... ফলত টেকনকজী ব্যৱহাৰ নহয়
পুৰনী কলিয়া চিচতেমেৰেই চলিচে হেচ থেলা খাই ,কেচ লেচ হলে কেনে হয় ?

The Revolutionary MakeinAxom IDEA::
পুৱা প্ৰিপেইদ কাৰ্দ ললে (50/-)বাচ স্তপত .. বাচ সোমাওতে কত যাব সেই জেগাৰ টকা বুতাম প্ৰেচ কৰিলে
ধৰক ভাড়া ৬টকা ... তাত তেপ কৰক মানে কাৰ্দ চুই দিয়ক /ওপৰেৰে লৈ যাওক .. বিপ কৰিব মানে টকা কাতিলে
আন ভাড়া বাবে কন্দাক্তৰে ৰিমতেৰে ভাৰা চিলেক্ত কৰি দিলে ৮টকা / ১২ টকা /১৫টকা
কেচ লেচ কৰা সকলক অফাৰ ও দিলে ১৫০/- ললে ৩টা ভাড়া ফ্ৰি
সন্দিয়া দৰকাৰ পৰিলে , বাচ স্তপত গৈ বাকী ৰোৱা ধন ঘুৰালে বা কাৰ্দতে ৰাখিলে

The fraud security ::
preventing misuse.. checker in buses :
ভুল ভাড়া দি বেছি দুৰ যোৱা সকলৰ কাৰ্দ চেকাৰে চেক কৰিব যত তত ... ধৰা পৰিলে ২০০০ফাইন
preventing misuse.. checker in buses :
ভুল ভাড়া দি বেছি দুৰ যোৱা সকলৰ কাৰ্দ চেকাৰে চেক কৰিব যত তত ... ধৰা পৰিলে ২০০০ফাইন
Why this is so cheap system yet very very useful:
আৰদুইন হৈছে প্ৰচেচৰ বৰ্ড যত সকলো সহজে বনাব পাৰি . .BAREBOAR ARDUINO বনালে ১২০/-মানতে কৰি লব পাৰে ...
ইয়াৰে মেই ৰিদাৰ বনাইছোঁ... ইয়াৰ ৰিচিভাৰ কইল সৰল তাত কন মান চাৰকিত লগাই কাৰ্দ সমুহ ৰিদ কৰিব পৰা সক্ষম হৈ পৰিছে
এনে কৰি ১৫০০টকা কাৰ্দ ৰিদাৰৰ সলনি১/১২গুন কমতে (১৭০টকা) ৰিদাৰ বনি গৈছে

Locally made case used is readymade -low cost ::save on plastic fabrication
Lower cost arduino and locally made parts : 170Rs
LCD : 2 line low cost 120RS
Adapter is car charger : 50Rs./ low cost ic like LM7805.
that makes direct 12v input

#makeinAssam #diy #gaming #electronics
Some Link For the Researchers :
Detaills of the reader cann be derived here :
http://duino4projects.com/diy-fsk-rfid-reader-using-arduino/
গ্ৰাহকৰ কন্তেকলেচ কাৰ্দ সমুহ চৰকাৰই চাবচিদি বা স্তপেজৰ এদ দিয়া টকাৰে ৮০% কিনি দিয়া হব ..
তাৰ মানে প্ৰথমখন কাৰ্দ লওঁতে ২০/- টকা দিলেই হৈ যাব with GST rate
Receiver making :: LINK :http://duino4projects.com/diy-fsk-rfid-reader-using-arduino/

Comments
Post a Comment