Arduino Board Arduino processor board :সকলোৱে বনাব পৰাকে সৰলকৈ ছফতৱেৰ লিখিব পৰা এক প্লেতফৰ্ম মানে শিকিবলে ব্যৱহাৰ কৰা সজুলি আ পোনাৰ ল'ৰাক কালিৰ সুদক্ষ ইন্জিনিয়াৰ কৰিব বিচাৰিছে , আৰদুইন আনি দিয়ক .. ই এক বৰ্দ য'ত আপুনি একা সৰু ৮-বিট প্ৰচেচৰ মগজু প্ৰগ্ৰাম কৰা সকলো সজুলি আছে , ইয়াত ৯ ভল্ট বা USB(5v from pc /laptop)ত চলা সুৱিধা কৰি দিছে । USB CABLE ৰে পোনতে লগাই প্ৰগ্ৰেম লদ কাৰিব পাৰে Ready library programs super easyকে তৈয়াৰ কৰিছে যাতে স্কূলৰ লৰাইও বনাই শিকিব পাৰে...
Technology blog that covers electronics makeinAxom, Latest updates on design and research. We focus on SELabs test and innovation ,