লওঁতে ৩০০০টকা ভৰিব ( ১৩৯৯/- এফেক্তিফ প্ৰাইচ মানে 3year refund আদিত চেভ হৈছে বুলি কিবা হিচাব) ৩ বছৰে ৬০০০টকাৰ ৰিচাৰ্জ কৰিবই লাগিব তাৰ পিছত ১৫০০/- ঘুৰাই দিব কিন্তু একাউন্তলৈ নহয় ! পেমেন্ত ৱালেতলৈ হে JUST TWO REASONS NOT TO BUY IT 1) JUNK KARBONN MOBILE Really looting 6000Rs for a bad karbonn phone .karbonn is a bad cellphone company . many defects in all devices . They have tied to airtel to dump waste model to desi ciustomers . প্ৰথম হৈছে ফন কোৱালিতি ই কাৰ্বনৰ নিম্ন মানৰ হেন্দচেত ... কিবাকে ৪জি কৰিছে । কাৰ্বন সকলো ফন লাখ দিফেক্ত ওলাই কম্পনি বন্ধ হৈ পৰিব ওলাইছে । ১গিগাহাৰত্জ(1Ghz cpu) প্ৰচেচৰ ফন বোৰ ডাস্টবিনলৈ পেলাব ধৰিছে ...
Technology blog that covers electronics makeinAxom, Latest updates on design and research. We focus on SELabs test and innovation ,