How to make a FULL HOME SOLAR INVERTER
#SOHOJELECTRONICS
কিকি থাকে
১)পেনেল + চাৰ্জক্ত্ৰলাৰ : দুটাই মিলি বেতেৰী চাৰ্জ কৰে , প্ৰেতেক্চন থাকেই
অভাৰ ভল্তেজ , চৰ্ত আদি সকলো , বেতেৰি ল' হলেও ই কাত কৰে
২) বেতেৰী : কিবা ললেই হল ভাল >60VA Exide
৩)ইন্ভাৰ্টাৰ 12v module inverter
ছলাৰ ইন্ভাৰ্টাৰ মানত ১০০০০/- দিব দৰকাৰ নাই
সৰল ইন্ভাৰ্টাৰ লওক Aliexpress dot com পৰা
(হাই কোৱালিতি ) ২০০০/- চিচতেমটোত ২টা ফেন
৬টা লাইট চলিবই 4 ঘন্টা
প্ৰ: বজাৰৰ ছলাৰ ইন্ভাৰ্টাৰ কিনো ?
উ: It is a money waster .একো নাই নৰমেল ইন্ভাৰ্টাৰত ছলাৰ চা্ৰ্জ কন্ত্ৰলাৰ লগাই দিছে
DIY মেনুৱেল SOLAR SYSTEM
( একো ছলজাৰিঙ কৰিবই নালাগে )
or
Add ২০০টকা auto change module
অটমেতিক কৰি ব পাৰিব
==================
How to make low cost solar 500watts system :
Get a midsized panel
BUY LINK 1 : -buy here- price 3.1K
procos charge controller :--buy here -- price 0.6K
exide 80AH battery:Exide FXP0-XP800 : 6k
led bulbs combo : syska pack of 3LED 7watt bulbs
12V inverter 500watts : price 2K -buy here-[via aliexpress]
===========================================
total cost approx 12,000/-
২জন মেধা ছাত্ৰ বা ছাত্ৰীৰ ঘৰলে এনে চিচতেম দিলে কেনে হয় ...
আমাৰ উৎসৱৰ (বিহু পুজা) চা্ন্দাৰ অলপকে এই কামত লগাব পাৰিলেহে হব
#SOHOJELECTRONICS
ছলাৰ ইনভাৰ্তাৰে সৌৰ শক্তিতো চলে ... ২৩০ভল্টৰ পৰাওঁ চলে । ই এই শক্তিৰে বেতেৰী চাৰ্জ দিয়ে !
যেতিয়া পাৱাৰ কাট হয় সেই শক্তি ঘুৰাই ২৩০ভল্ট বনায়।
বনাই সৌৰ শক্তি আহৰন কৰি পাৱাৰ কাত হওঁতে ব্যৱহাৰ কৰিব পাৰে .. বজাৰত ইনভাৰ্তাৰ বৰ বেছি দামত দিয়ে ছলাৰ থাকিলে .বনালেই কম হয়কিকি থাকে
১)পেনেল + চাৰ্জক্ত্ৰলাৰ : দুটাই মিলি বেতেৰী চাৰ্জ কৰে , প্ৰেতেক্চন থাকেই
অভাৰ ভল্তেজ , চৰ্ত আদি সকলো , বেতেৰি ল' হলেও ই কাত কৰে
২) বেতেৰী : কিবা ললেই হল ভাল >60VA Exide
৩)ইন্ভাৰ্টাৰ 12v module inverter
ছলাৰ ইন্ভাৰ্টাৰ মানত ১০০০০/- দিব দৰকাৰ নাই
সৰল ইন্ভাৰ্টাৰ লওক Aliexpress dot com পৰা
(হাই কোৱালিতি ) ২০০০/- চিচতেমটোত ২টা ফেন
৬টা লাইট চলিবই 4 ঘন্টা
প্ৰ: বজাৰৰ ছলাৰ ইন্ভাৰ্টাৰ কিনো ?
উ: It is a money waster .একো নাই নৰমেল ইন্ভাৰ্টাৰত ছলাৰ চা্ৰ্জ কন্ত্ৰলাৰ লগাই দিছে
DIY মেনুৱেল SOLAR SYSTEM
( একো ছলজাৰিঙ কৰিবই নালাগে )
or
Add ২০০টকা auto change module
অটমেতিক কৰি ব পাৰিব
==================
How to make low cost solar 500watts system :
Get a midsized panel
BUY LINK 1 : -buy here- price 3.1K
procos charge controller :--buy here -- price 0.6K
exide 80AH battery:Exide FXP0-XP800 : 6k
led bulbs combo : syska pack of 3LED 7watt bulbs
12V inverter 500watts : price 2K -buy here-[via aliexpress]
===========================================
total cost approx 12,000/-
২জন মেধা ছাত্ৰ বা ছাত্ৰীৰ ঘৰলে এনে চিচতেম দিলে কেনে হয় ...
আমাৰ উৎসৱৰ (বিহু পুজা) চা্ন্দাৰ অলপকে এই কামত লগাব পাৰিলেহে হব
Comments
Post a Comment