Cleaning your house is one repetitive work that your wife does , maid does but now robos will do that. It is not new technology but it is becoming fast popular ....these robots have special features ৰবটে ঘৰ চাফা দিব পৰা হৈছে ... পত্নীৰ কামও কৰি দিব .. এইবোৰ ভাৰতএমাজন ত for sale দিছে .... ইয়াত ভেকুৱাম , জাৰু , অটমেতিক চেনচৰ , ৩৮০০মিলি বেতেৰী আদিৰে ফিত কৰি দিয়ে । ই নিজেই ৰুমত ঘুৰি ধুলি লেতেৰা চাফ কৰিব । নানা মদেলত মবাইলেৰে কাম দিয়া ব্যৱস্থাও কৰি দিছে ! ই বেতেৰী কমিলে নিজ চাৰ্জাৰলৈ নিজে যায় .... কেতামান অসুৱিধা - চুক কান নোৱাৰে চাফ কৰিব , - লেগ বা চকী বেছি থকা জেগাত নোৱাৰে , এক ৰুমত ১ক ৰবত...
Technology blog that covers electronics makeinAxom, Latest updates on design and research. We focus on SELabs test and innovation ,