SAMSUNG GALAXY NOTE - ফুতি জুইলাগিছিল .... এতিয়া আইফন ৮ (latest iphone 8) কেনেকে? ৭ দিন হোৱা আইফন কেইটা বেতেৰী ফুলি কেচ খোল খাইছে ... টকা গল পানীত ? সময় কব বেতৰী ফুলা ২ টা কাৰন হ'ব পাৰে -- বেতেৰী দিফেক্ট বা চাৰ্জাৰৰ ইলেক্ট্ৰনিক প্ৰব্লেম বেতেৰী ফুলি বিস্ফোৰনও হব পাৰে NEWS link : https://www.macobserver.com/news/iphone-8-plus-battery-swelling/
Technology blog that covers electronics makeinAxom, Latest updates on design and research. We focus on SELabs test and innovation ,