কলেজৰ প্ৰজেক্ত কৰোতে ডাস্টবিনত পেলোৱা ধৰনৰ নকৰি ... জৰুৰি কিবা সমাধান কৰিবলৈ কৰিব লাগে ।
Problem: আমি প্ৰায়ে দেখো বৰষুন আহিলেই পাৱাৰ কাত কৰে । ... তাৰ পিছত ২-৩-৩০বাৰ অন অফ কৰি চায় জন সমুহ থিকে আছেনে ....
গ্ৰাহকৰ হাঁহ নচৰা অৱস্থা বাৰে বাৰে কাৰেন্ট কাতে ।
Problem: আমি প্ৰায়ে দেখো বৰষুন আহিলেই পাৱাৰ কাত কৰে । ... তাৰ পিছত ২-৩-৩০বাৰ অন অফ কৰি চায় জন সমুহ থিকে আছেনে ....
গ্ৰাহকৰ হাঁহ নচৰা অৱস্থা বাৰে বাৰে কাৰেন্ট কাতে ।
Can we avoid that 1920 age system with electronics?
yes.. a new concept zonal check sensors
কৰবাত লাইন ফল্টআছে নেকি প্ৰতিচেনচৰে চেল check কৰিব অাৰু মেইন চেন্টাৰলে দাতা দিব ইলেক্ত্ৰিকেল তাৰেৰেই
মেইন চেন্টাৰে দাতা বিচাৰি চিগনেল দিব
মেইন চেন্টাৰে দাতা বিচাৰি চিগনেল দিব
কথা হল এনে চিচতেমৰ চেনচৰে পাৱাৰ কৰ পৰা লব ... ছলাৰ আদিৰ উপৰি ছুপাৰ কেপাচিতৰ বেংক লাগিব পাৰে with 160hour backup.super cap can charge morethan 1.5lakh time so endless life
সকলো জ'নত এক স্মাৰ্ত চেনচৰ বক্চ লগাব ... ই নানা প্ৰকাৰে মেইন পাৱাৰ নোহোৱাকেই চেক কৰি চেন্ত্ৰেল অফিচত কব ... ইলেক্ত্ৰিকেল বিভাগ বাইক লৈ ৰাউন্দ মাৰা দৰকাৰ নাই।
সকলো জ'নত এক স্মাৰ্ত চেনচৰ বক্চ লগাব ... ই নানা প্ৰকাৰে মেইন পাৱাৰ নোহোৱাকেই চেক কৰি চেন্ত্ৰেল অফিচত কব ... ইলেক্ত্ৰিকেল বিভাগ বাইক লৈ ৰাউন্দ মাৰা দৰকাৰ নাই।
কত ফেইল হৈছে গমেই পাব
How to make ZONAL SENSOR ?
Arduino UNO based current sensing
দিয়াই আছে তলৰ ফটোত , এইটোক লগাই ললেই কব পাৰিব ZONE OK? FAULT ... কেউতা RFLINKৰে চাৰ্ভাৰত লাগিব
বৰষুন হলে ইয়াক সকলো জ'ন প্ৰতেক্ত কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি

Comments
Post a Comment