১)আইফন সদায়ে ৩ পৰা ৮গুন বেছি দামত এৰে , - মানুহৰ মনত চাপ পেলোৱা মাৰকেতিং - সদায়ে আইফন "Future in hand " আনিছে কয় ১-২মাহতে সেই টেকনলজী সকলো মবাইলত পায় ২) কেবল , চাৰ্জাৰ ২-৩ গুন দাম - অৰিজিনেল কেবল কাতিলে ১৪০০/- মানত হে উন্নত কেৱল পাব , - সেইদালো ৫মাহত কাতিব পাৰে ... Android data কেবল ২০০ /- Expensive Screen LCD - ভাগিলেই ধৰক ১০০০০/- ১৫০০০/০ দিব সাজু থাকক । এন্দ্ৰইদৰ স্ক্ৰিন সহজতে ৪০০০/-ত পায়েই । তাৰোপৰি আইফন স্ক্ৰিন ২-৩টা নকল কোৱালিতি আছে গতিকে পৰিলেই শেষ আইফন ! ৩) "একো ডা উ নলদ কৰিব নিদিয়ে" Download songs মাৰক linkনাপায় All songs must be paid or downloaded via iTunes .Free ones are new comer artist songs and with limited variety ৪) কোনো mp3 off line music app or not good quality like android apps নাই তাৰ মানে সকলো প্লেয়াৰে দাতা...
Technology blog that covers electronics makeinAxom, Latest updates on design and research. We focus on SELabs test and innovation ,