- লওঁতে ৩০০০টকা ভৰিব ( ১৩৯৯/- এফেক্তিফ প্ৰাইচ মানে 3year refund আদিত চেভ হৈছে বুলি কিবা হিচাব)
- ৩ বছৰে ৬০০০টকাৰ ৰিচাৰ্জ কৰিবই লাগিব
- তাৰ পিছত ১৫০০/- ঘুৰাই দিব
কিন্তু একাউন্তলৈ নহয় ! পেমেন্ত ৱালেতলৈ হে
JUST TWO REASONS NOT TO BUY IT
1) JUNK KARBONN MOBILE
Really looting 6000Rs for a bad karbonn phone .karbonn is a bad cellphone company . many defects in all devices . They have tied to airtel to dump waste model to desi ciustomers .
প্ৰথম হৈছে ফন কোৱালিতি
ই কাৰ্বনৰ নিম্ন মানৰ হেন্দচেত ... কিবাকে ৪জি কৰিছে । কাৰ্বন সকলো ফন লাখ দিফেক্ত ওলাই কম্পনি বন্ধ হৈ পৰিব ওলাইছে ।
১গিগাহাৰত্জ(1Ghz cpu) প্ৰচেচৰ ফন বোৰ ডাস্টবিনলৈ পেলাব ধৰিছে
বাবে এয়াৰতেলে কুশলেেৰে সেই সোপা মানুহক বেছিবলে প্লেন কৰিছে ।
১গিগাহাৰত্জ(1Ghz cpu) প্ৰচেচৰ ফন বোৰ ডাস্টবিনলৈ পেলাব ধৰিছে
বাবে এয়াৰতেলে কুশলেেৰে সেই সোপা মানুহক বেছিবলে প্লেন কৰিছে ।
2)AIRTEL has been LOOTING CUSTOMERS
Really looting 6000Rs for 3 years plan that takes money a "must do " recharge! .This way the company is working no ethics just cheap tricks .
জীয়ই(RELIANCE JIO) ৩০জিবি দৈনিক ডাটা দিউতে , এয়াৰতেলে
৩০জিবি প্লেন দিছিল । কিন্তু ৫০০ mb হে পেকত আছিল ..৫০০mb নাইত দাতা ৰাতি ২-৫তাৰ বাবে দিছিল। এনে দৰে ঠগি হৈ ৰাজ কৰিব ধৰা
এয়াৰতেলৰ মানুহ সকলো গৈ জিয় লৈছেসেই বাবে ১২০০কোতি ঘাটা খাই তেওঁলোক
উপায় বিহিন হৈ পৰিছে ।

Comments
Post a Comment