বজাৰত ছলাৰ LED lantern এটা ওলাইছে ৩০০/- পৰা ৮০০টকা |
ইয়াত পেনেল আছে , মবাইল চাৰ্জ চকেত আছে , মেইন লাইনত চাৰ্জ .. টৰ্চ আদি সকলো |
We have examined
1)extracted the circuit
2)found the big problems and useless features
DEADLY china LED
চাইতৰ এক বিপদজনক অংশ হৈছে দাইৰেক্ত মেইন লাইন, মানে ইয়াক এচিত দিলে স্বক মাৰিব যদি USB cable লগাইৰাখে
চাৰ্কিত দিলো
১)মেইনত লগাই ৰাখোতে মবাইল নলগাব
২)চাইনাৰ কেজি চেলৰ সামগ্ৰী আমাৰ ইয়াত মেলি দিছে !
কৰবাত ৩০০ - কৰবাত ১২০০/- ইয়াক বেছিছে
ছলাৰ পেনেল আছে ভাল কাম নকৰে , কম কিয়
৩)বেতেৰী ফুল হলেও মবাইলক ই ১০%ও চাৰ্জ দিব নোৱাৰে
===defects and real features ===========
1) ছলাৰত চলিব?::
===========
প্ৰথমে লৈছো ছলাৰ feature !নহয় ৰব , ইয়াৰ weak পেনেলে ইয়াক ২০% মান হে চাৰ্জ দিব পাৰিব in 40hours
2)মবাইল চাৰ্জ দিম? :
নোৱাৰে বেতেৰী ১.২ভল্ত কোনো মতে ৫.৪ভল্ত উঠে ... চাৰ্জিঙ দেখাব কিন্তু ১০% হলেই বেতেৰী দাউন
- তেতিয়া লাইত চলিব কিন্তু
Why it cannot charge mobile :
battery capacity : approx 300mAH
all know mobile battery is 2000mAH atleast
3)তৰ্চ + লাইত ব্যৱহাৰ কৰিব পাৰিনে ?
এই কেইতা চলে
=== biggest problem : made of VERY LOW GRADE PLASTIC ==
পৰিলেই ফিনিচ , মোত তাত থকা তো ক্ৰেক হৈ পৰিল , কিবাকে যোৰাইছো
How the circuit works
চাৰ্কিতৰ দিফেক্ত এক হৈছে ৩তা দায়দেৰে ১ভল্তকে বেছি দ্ৰপ কৰি ছলাৰৰ পাৱাৰ আহে , কাৰেন্ত ১০০মিলিও দিব নোৱাৰিব চাগে পেনেলে
1)battery charges via capacitor drop and bridge from AC , works fine
NO AUTO CUT
2)solar palel is connected via scottky diode , it reverses while ac comes in , in the advent of no ac the soalr voltage goes via rectifier and schottky diode
there is no USB booster kit that is needed for real charging , also battery is 100mAh damcheap ones making 3000mah 1/6thof charge of ur cell battery
so it cannot charge well
Visit other posts :
https://axomtech101.blogspot.in/2017/09/300-useless-solar-light.html
https://axomtech101.blogspot.in/2017/09/create-15-arduino-diy.html
https://axomtech101.blogspot.in/2017/09/my-journey-from-that-musical-bell-to.html
https://axomtech101.blogspot.in/2017/09/your-own-lab-items-needed-parts-problem.html
https://axomtech101.blogspot.in/2017/09/fet-water-level-sensing-with-bs-170.html
https://axomtech101.blogspot.in/2017/09/a-study-of-few-useless-water-level.html
https://axomtech101.blogspot.in/2017/09/sohoj-electronics-talk-group.html

Comments
Post a Comment