Arduino Board
Arduino processor board :সকলোৱে বনাব পৰাকে সৰলকৈ ছফতৱেৰ লিখিব পৰা এক প্লেতফৰ্ম মানে শিকিবলে ব্যৱহাৰ কৰা সজুলি আপোনাৰ ল'ৰাক কালিৰ সুদক্ষ ইন্জিনিয়াৰ কৰিব বিচাৰিছে , আৰদুইন আনি দিয়ক ..
- ই এক বৰ্দ য'ত আপুনি একা সৰু ৮-বিট প্ৰচেচৰ মগজু প্ৰগ্ৰাম কৰা সকলো সজুলি আছে , ইয়াত ৯ ভল্ট বা USB(5v from pc /laptop)ত চলা সুৱিধা কৰি দিছে ।
- USB CABLE ৰে পোনতে লগাই প্ৰগ্ৰেম লদ কাৰিব পাৰে
- Ready library programs super easyকে তৈয়াৰ কৰিছে যাতে স্কূলৰ লৰাইও বনাই শিকিব পাৰে
- Arduino হৈছে অপেন হাৰ্দৱেৰ ছিচতেম , মানে সকলো বিবৰন , ডায়েগ্ৰাম দিয়া আছে সকলোৱে ব্যৱহাৰ বা সলনি কৰিব পাৰে
Arduino is a processor board that can be used to program and learn electronics --
-works with usb
-open hardware , all diagram available
-best way to learn electronic and embedded hardware
-schoolkids can program , as all programs have library to help with
complex task
Example to show a text in LCD other board u have to program
30complex lines of code . Here you can say LVD.text("DISPLAY THIS")
and it will be done in one line.
==================

1)Arduino development software ফ্ৰী সেয়ে http:// arduino. cc /en/main/softwareগৈ ডাওনল'দ কৰিলে হল
2)পোনতে নিজৰ বৰ্ডক USB PORTত লগাওক ইমানেই READY
3) তেস্ট কৰক ১ম প্ৰগ্ৰেম in file >example>basic>blink
UPload Button in arduino IDE
প্ৰেছ কৰিলে ই বৰ্ডত সোমাব . এতা LED BLINK .কৰা দেখিব
Arduino shield
Arduino shield .সমুহ হৈছে ৰেডী মেড চাৰ্কিত যত আৰধুইনত লগাব পাৰা পিন থাকে , ইয়াক কিনি লগাই দিলেই একোতা কামৰ বাবে আৰডুইন ৰেডী হৈ যায়
***LCD keypad shield কেনেকে প্ৰগ্ৰেম কৰিবা ***
যেনে Ethernet shiled লেন বা ইন্তাৰনেতত ডাতা পঠাবলে
GSM shield মবাইল এছ এম এছ , কল কৰিব পাৰা কৰিবলে আদি
আজি আমি LCD keypad shield বিষয়ে জানিম
It consists of a 1602 white character blue backlight LCD. The keypad consists of 5 keys
ইয়াত 1602 white character blue backlight LCD থাকে লগতে ৫টা চুইচ
keypad ১টা ৱায়েৰেৰে কি ভেলু পঠোৱা ভল্থেজ কিপেড
======তলৰ লিন্কত বহুল ভাৱে প্ৰগ্ৰেম সমুহ দিছে============
LINK:http://emartee.com/product/41909/Arduino-Keypad-LCD-Shield
ভল্থেজ কিপেড ৰিড কৰিবলে কেনেকে Arduino ADC ব্যৱহাৰ হৈছে তাত দিয়া আছে
The LCD Keypad shield is developed for Arduino compatible boards, to provide a user-friendly interface that allows users to go through the menu, make selections etc. It consists of a 1602 white character blue backlight LCD. The keypad consists of 5 keys — select, up, right, down and left. To save the digital IO pins, the keypad interface uses only one ADC channel. The key value is read through a 5 stage voltage divider.
অংশ সমুহৰে চিনাকি হওঁ
১) USB PLUG ইয়াত ইউ এছ বি কেবল লগাই সকলো কৰিব প্ৰগ্ৰেম / তেষ্ট
২) EXTERNAL POWER SUPPLY এইচকেতত ৯ভল্ট এদাপতাৰ দিব পাৰে ... ডাঙৰ মতৰ বা এলচিদি পৰিক্ষা কৰোতে দিব লাগে
এক বাৰ প্ৰগ্ৰেম ফাইনেল হলে , ইয়াক লেপতপ নোহোৱা কে ব্যৱহাৰ কৰিবলে পাৱাৰ ইয়াত দিব
৩) reset pin,3.3V , 5V , GND ::এই পিন বোৰ নানা shields (ExTRA boards that are controlled with arduino) reset আৰু পাৱাৰ লৈ যায়
৪)পিন Analog IN pins ::shields লগত লগালে চিগনেল IN OUT voltage signal (non digital) লৈ যায়
৫)ATMEGA328 ই মেইন মগজু সকলো পাৰতচ কেবল ইয়াক সহায় কৰিব হে লাগি আছে ই 8-bit মাইক্ৰকন্ত্ৰলাৰ হয় ( মাইক্ৰপ্ৰচেচৰৰ দৰে + অলপ মেমৰি আদি আছে ভিতৰত)
Some times u can use ATMEGA8 which is cheaper with less speed
৬)পিন DIGITAL IO pins ::shields লগত লগালে চিগনেল IN OUT voltage signal (digital) লৈ যায়
৭)TX RX পিন for SERIAL PORT COMMUNICATION

পিচি চিৰিয়েল পৰ্তত লগাই ইয়াৰে নানা কাম লব পাৰি
ধৰক কিবা Advertisement display বনালে যত আপুনি display text সলাব বিচাৰে দিনে USE serial PORT
Comments
Post a Comment