Skip to main content

মিনি টাৰবাইন আৰু অসমৰ বিদ্যুৎ

সহজ ইন্ভাৰ্তা্ৰে ৩০০মিলি হে লয় চাৰজ হবলে .. তাৰ মান .৫ মেগাৱাত হলৈ মোৰ মতে ১ক গাওঁ বেকাপ দিব দিগদাৰ নাই
তাতে পিক' কৈইটা নানা জান জুৰিত পাৰি বহাব

===

সহজ ইন্ভাৰ্তাৰ বিষয়ে জানিবলে ... ইয়াত   link-MAkeINAXOM Article মেক ইন অসম ৰ ধাৰনা দিছোঁ , পঢ়ি চাব 


===

মিনি টাৰবাইন প্ৰকল্পসমূহে (tiny Hydro-power Plant) অতি কম খৰচতে ০.8ৰ পৰা ৫ কিলোৱাট electric power উৎপাদন কৰিব পাৰে। এই শক্তি 2খন সৰু গাওঁ বা এটা চুবুৰিক পোহৰ কৰিবৰ বাবে হৈ যায় । এনে প্ৰজেক্ত নেপালত চলি আছে সফলতাৰে ! (ফ্ৰিজ, হিটাৰ আদি নাই বুলি ধৰিলে)।




 কোনো বান্ধ বা কৃত্ৰিম জলাধাৰ নাই বাবে পৰিবেশৰ ওপৰতো মুঠেও কুপ্ৰভাৱ নাই। মেৰামতি, পৰিচালনা আদিৰ খৰচো যৎসামান্য।

এনে পিক’ জলবিদ্যুৎ প্ৰকল্পত ১.৫ৰ পৰা ৩.৫ মিটাৰ ব্যাসৰ এটা ক্ষুদ্ৰ টাৰ্বাইন আৰু পানীৰ সোঁতত আৰু ০.৫ ৰ পৰা ৫ কিলোৱাট ক্ষমতাৰ এটা সৰু জেনেৰেটৰেই যথেষ্ট।
আমাৰ অসমত অলেখ সৰু সৰু নদী। একোখন গাওঁক কমেও ১ কি.মি. হলেও চুই যাই এখন নদীয়ে। নৈ-পৰীয়া প্ৰতিখন গাওঁত এনে পিক’ জলবিদ্যুৎ প্ৰকল্প ৪-৫ টা স্থাপন কৰিলে আমাৰ বিদ্যুত সমস্যা বহু পৰিমাণে সমাধান হ’ব।

Comments

Popular posts from this blog

BUS with no tickets

# makeinAssam ৫০বছৰে সেই বাছ conductorক খুচুৰা দিয়া কাম চলিছে .... বাচ পেমেন্ত চিচিতেমবোৰ বনাওতে খৰচ হয় বাবে নবনায়... ফলত টেকনকজী ব্যৱহাৰ নহয় পুৰনী কলিয়া চিচতেমেৰেই চলিচে হেচ থেলা খাই , কেচ লেচ হলে কেনে হয় ? The Revolutionary MakeinAxom IDEA::  পুৱা প্ৰিপেইদ কাৰ্দ ললে (50/-)বাচ স্তপত .. বাচ সোমাওতে কত যাব সেই জেগাৰ টকা বুতাম প্ৰেচ কৰিলে ধৰক ভাড়া ৬টকা ... তাত তেপ কৰক মানে কাৰ্দ চুই দিয়ক /ওপৰেৰে লৈ যাওক .. বিপ কৰিব মানে টকা কাতিলে আন ভাড়া বাবে কন্দাক্তৰে ৰিমতেৰে ভাৰা চিলেক্ত কৰি দিলে ৮টকা / ১২ টকা /১৫টকা কেচ লেচ কৰা সকলক অফাৰ ও দিলে ১৫০/- ললে ৩টা ভাড়া ফ্ৰি সন্দিয়া দৰকাৰ পৰিলে , বাচ স্তপত গৈ বাকী ৰোৱা ধন ঘুৰালে বা কাৰ্দতে ৰাখিলে The  fraud  security :: preventing misuse.. checker in buses : ভুল ভাড়া দি বেছি দুৰ যোৱা সকলৰ কাৰ্দ চেকাৰে চেক কৰিব যত তত ... ধৰা পৰিলে ২০০০ফাইন Why this is so cheap system  yet very very useful: আৰদুইন হৈছে প্ৰচেচৰ বৰ্ড যত সকলো সহজে বনাব পাৰি . .BAREBOAR ARDUINO বনালে ১২০/-মানতে কৰি লব পাৰে ... ইয়াৰে মেই ৰিদাৰ বনাইছোঁ... ...

SpaceX ElonMask , is building up inter-globe-travel : Newyork to Mumbai in 30Minutes

Elon Musk predicts rockets will one day have the capacity to fly individuals from New York to Shanghai in only 39 minutes. Musk's organization, SpaceX, is building up a colossal shuttle to colonize Mars. It could likewise be utilized substantially nearer to home. Talking at a space meeting in Australia on Friday, Musk said the organization had investigated applying the innovation to zooming individuals to better places on Earth in madly quick circumstances. "The outcomes are very intriguing," he said as a video demonstrated a recreation of individuals boarding a rocket in New York that launched into space and afterward returned to arrive in Shanghai. Related: Elon Musk is expecting to arrive spaceships on Mars in 2022 "The  most interesting thing about going to space is there's no contact, so once you're out of the air ... it'll be smooth as silk, there's no climate," Musk said. Most voyages between focuses on this planet will tak...

you said Joule Thief?

you said Joule Thief?  you said Joule Thief?  It’s a little wisp of a circuit that allows you to drive aPOWER  LED from a low voltage. Normally, if you want to light up a blue or white LED you need to provide it with 3 – 3.5 V, like from a 3 V lithium coin cell. But the magic of JT is  a 1.5 V battery like a AA cell simply will work.  Easy make  Joule Thief,  works like a charm. Not only does it work with a brand new battery, but it works until the battery is nearly dead– down to 0.3 V.  That’s well below the point where your other toys will tell you the battery is dead, so it can steal every last joule of energy from the battery (hence the name). how about a cellphone charger , yes it is doable , we are here to give you  a usable tested diagram . get  the ring toroid from a OLD smps of pc !