Skip to main content

Lets Learn on Circuit RELAY | ৰিলে কি? চাৰ্কিতত কেনে ধৰনৰ ব্যৱহাৰ হয়


চিনাকি হওঁ  এক  দৰকাৰী চাৰ্কিত 

অংশ ৰিলে(circuit Relay) :



সাধাৰণ ভাৱে কি ? 




ই এক ইলেক্ট্ৰ'মেগনেট, ,.. ইয়াৰ দুতা চাইদ থাকে

ক)কন্ট্ৰলকইল
খ)কন্টেক্ট, চাইদ


সচৰাচৰ ৩তা কন্টেক্টক অন অফ কৰিবলে লগায় ...

মানে একে সহজ কইলত ভল্টেজ দিলেই কমন পইত ইতোত লাগিযায়
NC(normally connected)-- commonpoint এনেয়ে যত লাগি থাকে
NO(normally open) -- commonpointকইলত ভল্তেজ দিলেই লাগে ইয়াত .. তেতিয়া NCৰপৰা এৰায়
কিমান ভল্তেজ দিব কইলত ?
সচৰাচৰ ১২ বা ৬ভল্টৰ হয় .... 
ভিতৰত কিকি আছে ? 




 ডিচি কন্ত্ৰল কৰিব ৰিলে নলগাব , মচফেত(MOSFET)  দিব

(কমপেক্ট আৰু সহজে কাম কৰে)


ক'ত ব্যৱহাৰ হয় ?














সচৰাচৰ ব্যৱহাৰ কৰা ৰিলে হৈছে SUGAR CUBE RELAY 
Buy link : http://www.electroncomponents.com/Mini-Components/Relays/6V-7A-PCB-Relay-SPDT


Comments

Popular posts from this blog

you said Joule Thief?

you said Joule Thief?  you said Joule Thief?  It’s a little wisp of a circuit that allows you to drive aPOWER  LED from a low voltage. Normally, if you want to light up a blue or white LED you need to provide it with 3 – 3.5 V, like from a 3 V lithium coin cell. But the magic of JT is  a 1.5 V battery like a AA cell simply will work.  Easy make  Joule Thief,  works like a charm. Not only does it work with a brand new battery, but it works until the battery is nearly dead– down to 0.3 V.  That’s well below the point where your other toys will tell you the battery is dead, so it can steal every last joule of energy from the battery (hence the name). how about a cellphone charger , yes it is doable , we are here to give you  a usable tested diagram . get  the ring toroid from a OLD smps of pc ! 

তেজপুৰত তৈয়াৰী makeinaxom inverter

অসমৰ প্রায় সংখ্যক জিলা sohoj inverter তে আমাৰ Make in Axom ৰ সৌৰ শক্তি (Solar inverter) প্ৰদান কৰি থকা হৈছে ।সকলোৱে ভাল পাইছে সঁহাৰি জনাইছে সাহস দিছে আমাক   ৬০০টকীয়া তেজপুৰত তৈয়াৰি ইন্ভাৰ্টাৰ... গাওঁ চহৰৰ সকলোৱে লৈ আছে অসম সলনি কৰিব পাৰিছোঁ ৰাতি পোহৰ পাবলে অসমীয়াই থিয় দিছে চাইনা লাইতক বিদায় দিবলে, আমাৰ চহৰ বোৰত উদ্যোগ কৰিবলে এইয়া মেকইনঅসম..। SELAB আগলৈ আৰু Develop কৰিম আমাৰ Technology .এইয়া মাথোঁ আৰম্ভণিহে ।ইচ্ছুক গ্ৰাহক সকলে যোগাযোগ কৰক .. Selab.in পোহৰত থাকক পোহৰ বিলাওক ।আন্ধাৰৰ ভেটা ভাঙি পোহৰ বিলাওঁ আহা...।Made in china {Solar Light } = দেখিব ধুনীয়া ৰাংঢালি নাচনী ।ডাৱৰীয়া বতৰত Solar এ Charge কৰিবএ নোৱাৰে । বেছি দেৰি ঘৰ পোহৰাব নোৱাৰে ।Battery life Big zero ।পইচা বেছি লয় ।দেশৰ কষ্টৰ ধন অপব্যবহাৰ হয় । Make in axom {Solar Light } = গুৰুত্ব দিয়া হয় তাৰ ক্ষমতাৰ ওপৰত ।দীৰ্ঘ সময় ১৪ ঘণ্টা পৰ্যন্ত পোহৰাব পাৰে ঘৰ । ডাৱৰীয়া বতৰত Charge কৰিব পৰা ক্ষমতা প্ৰখৰ ।ধনী দুখীয়া নিৰ্বিশেষে কিনিব পাৰে inverter .মোবাইল charge কৰিব ৭/৮ টা পৰ্যন্ত ।আৰু বহুতো 

AIRTEL 1399Rs 4g phone (Hidden 6000Rs cost)

লওঁতে ৩০০০টকা ভৰিব  ( ১৩৯৯/- এফেক্তিফ প্ৰাইচ মানে 3year refund আদিত চেভ হৈছে বুলি কিবা হিচাব)  ৩ বছৰে ৬০০০টকাৰ ৰিচাৰ্জ কৰিবই লাগিব  তাৰ পিছত ১৫০০/- ঘুৰাই দিব          কিন্তু একাউন্তলৈ নহয় ! পেমেন্ত ৱালেতলৈ হে  JUST TWO REASONS NOT TO BUY IT 1) JUNK KARBONN MOBILE  Really looting 6000Rs for a bad karbonn phone .karbonn is a bad cellphone company . many defects in all devices  . They have tied to airtel to dump waste model to desi ciustomers .  প্ৰথম হৈছে ফন কোৱালিতি  ই কাৰ্বনৰ নিম্ন মানৰ হেন্দচেত ... কিবাকে ৪জি কৰিছে । কাৰ্বন সকলো ফন লাখ দিফেক্ত ওলাই কম্পনি বন্ধ হৈ পৰিব ওলাইছে ।  ১গিগাহাৰত্জ(1Ghz cpu) প্ৰচেচৰ ফন বোৰ ডাস্টবিনলৈ পেলাব ধৰিছে ...