চিনাকি হওঁ এক দৰকাৰী চাৰ্কিত
অংশ ৰিলে(circuit Relay) :
সাধাৰণ ভাৱে কি ?
ই এক ইলেক্ট্ৰ'মেগনেট, ,.. ইয়াৰ দুতা চাইদ থাকে
ক)কন্ট্ৰলকইল
খ)কন্টেক্ট, চাইদ
সচৰাচৰ ৩তা কন্টেক্টক অন অফ কৰিবলে লগায় ...
মানে একে সহজ কইলত ভল্টেজ দিলেই কমন পইত ইতোত লাগিযায়
NC(normally connected)-- commonpoint এনেয়ে যত লাগি থাকে
NO(normally open) -- commonpointকইলত ভল্তেজ দিলেই লাগে ইয়াত .. তেতিয়া NCৰপৰা এৰায়
কিমান ভল্তেজ দিব কইলত ?
সচৰাচৰ ১২ বা ৬ভল্টৰ হয় ....
ভিতৰত কিকি আছে ?
ডিচি কন্ত্ৰল কৰিব ৰিলে নলগাব , মচফেত(MOSFET) দিব
(কমপেক্ট আৰু সহজে কাম কৰে)
ক'ত ব্যৱহাৰ হয় ?
Buy link : http://www.electroncomponents.com/Mini-Components/Relays/6V-7A-PCB-Relay-SPDT
Comments
Post a Comment