১)আইফন সদায়ে ৩ পৰা ৮গুন বেছি দামত এৰে ,
- মানুহৰ মনত চাপ পেলোৱা মাৰকেতিং
- সদায়ে আইফন "Future in hand " আনিছে কয়
১-২মাহতে সেই টেকনলজী সকলো মবাইলত পায়
২) কেবল , চাৰ্জাৰ ২-৩ গুন দাম - অৰিজিনেল কেবল কাতিলে ১৪০০/- মানত হে উন্নত কেৱল পাব ,
- সেইদালো ৫মাহত কাতিব পাৰে ... Android data কেবল ২০০ /-
Expensive Screen LCD
-ভাগিলেই ধৰক ১০০০০/- ১৫০০০/০ দিব সাজু থাকক ।
All songs must be paid or downloaded via iTunes .Free ones are new comer artist songs and
with limited variety
৪) কোনো mp3 off line music app or not good quality like android apps নাই তাৰ মানে সকলো প্লেয়াৰে দাতা খাই ৰব
-কিবাকে গান পিচিপৰা ভৰাই শুনিবলে এপ বোৰ পোৱা টান
৬) দাতা অন অফ কৰিবলৈ বৰ টানকে এদ অন এপ লগাব লাগে নহলে ৩ মেনু বাগৰিহে অন অফ হয় ১-টেপ ON/off নাই
৭) সকলোৱে কোৱা দৰে কেমেৰা আন ফনতকে ভাল নহয়
কিয় কিনে ?
Craze ! status symbol ... online marketing effect দোষ.... Launch কৰোতে যি marketing বতাহ দিয়ে
- মানুহৰ মনত চাপ পেলোৱা মাৰকেতিং
- সদায়ে আইফন "Future in hand " আনিছে কয়
১-২মাহতে সেই টেকনলজী সকলো মবাইলত পায়
২) কেবল , চাৰ্জাৰ ২-৩ গুন দাম - অৰিজিনেল কেবল কাতিলে ১৪০০/- মানত হে উন্নত কেৱল পাব ,
- সেইদালো ৫মাহত কাতিব পাৰে ... Android data কেবল ২০০ /-
Expensive Screen LCD
-ভাগিলেই ধৰক ১০০০০/- ১৫০০০/০ দিব সাজু থাকক ।
এন্দ্ৰইদৰ স্ক্ৰিন সহজতে ৪০০০/-ত পায়েই ।
তাৰোপৰি আইফন স্ক্ৰিন ২-৩টা নকল কোৱালিতি আছে গতিকে পৰিলেই
শেষ আইফন !
৩) "একো ডাউনলদ কৰিব নিদিয়ে"
Download songs মাৰক linkনাপায়All songs must be paid or downloaded via iTunes .Free ones are new comer artist songs and
with limited variety
৪) কোনো mp3 off line music app or not good quality like android apps নাই তাৰ মানে সকলো প্লেয়াৰে দাতা খাই ৰব
-কিবাকে গান পিচিপৰা ভৰাই শুনিবলে এপ বোৰ পোৱা টান
সকলো এপ অনলাইন গান প্লে হে লৰে ...
১০% এপ আছে মেমৰিত শুনা , কিন্তু এদ মাজে মাজে ওলায় , নাইবা কিবা ফীচাৰেই নাই তেনে
৫) কোনো ফাইল ব্ৰাউজাৰ (pc file browser) নাই কেবল ফতো মিউজিক হে পাব , i tunes application বৰ লিমিতৰ ফল্দাৰ হে পাব
৬) দাতা অন অফ কৰিবলৈ বৰ টানকে এদ অন এপ লগাব লাগে নহলে ৩ মেনু বাগৰিহে অন অফ হয় ১-টেপ ON/off নাই
৭) সকলোৱে কোৱা দৰে কেমেৰা আন ফনতকে ভাল নহয়
কিয় কিনে ?
Craze ! status symbol ... online marketing effect দোষ.... Launch কৰোতে যি marketing বতাহ দিয়ে
Comments
Post a Comment