Skip to main content

কেনেদৰে বনাব Home 500watts "ছলাৰ " ইন্ভাৰ্টাৰ চিচতেম এটা

How to make a FULL HOME SOLAR INVERTER
#SOHOJELECTRONICS 
ছলাৰ ইনভাৰ্তাৰে সৌৰ শক্তিতো চলে ... ২৩০ভল্টৰ পৰাওঁ চলে । ই এই শক্তিৰে বেতেৰী চাৰ্জ দিয়ে ! 

যেতিয়া পাৱাৰ কাট হয় সেই শক্তি ঘুৰাই ২৩০ভল্ট বনায়। 
বনাই সৌৰ শক্তি আহৰন কৰি পাৱাৰ কাত হওঁতে ব্যৱহাৰ কৰিব পাৰে .. বজাৰত ইনভাৰ্তাৰ বৰ বেছি দামত দিয়ে ছলাৰ থাকিলে .বনালেই কম হয়
কিকি থাকে
১)পেনেল + চাৰ্জক্ত্ৰলাৰ : দুটাই মিলি বেতেৰী চাৰ্জ কৰে , প্ৰেতেক্চন থাকেই
অভাৰ ভল্তেজ , চৰ্ত আদি সকলো , বেতেৰি ল' হলেও ই কাত কৰে
২) বেতেৰী : কিবা ললেই হল ভাল >60VA Exide
৩)ইন্ভাৰ্টাৰ 12v module inverter

ছলাৰ ইন্ভাৰ্টাৰ মানত ১০০০০/- দিব দৰকাৰ নাই
সৰল ইন্ভাৰ্টাৰ লওক Aliexpress dot com পৰা
 (হাই কোৱালিতি ) ২০০০/- চিচতেমটোত ২টা ফেন
৬টা লাইট চলিবই  4 ঘন্টা
প্ৰ: বজাৰৰ ছলাৰ ইন্ভাৰ্টাৰ কিনো ?
উ: It is  a money waster .একো নাই নৰমেল ইন্ভাৰ্টাৰত ছলাৰ চা্ৰ্জ কন্ত্ৰলাৰ লগাই দিছে                                                                                  


DIY মেনুৱেল SOLAR SYSTEM
 ( একো ছলজাৰিঙ কৰিবই নালাগে )
 or

Add ২০০টকা  auto change module
অটমেতিক কৰি ব পাৰিব
==================



How to make  low cost solar 500watts system : 
Get a midsized panel


BUY LINK 1 : -buy here- price 3.1K
procos charge controller :--buy here -- price 0.6K
exide 80AH battery:Exide FXP0-XP800 : 6k
led bulbs combo : syska pack of 3LED 7watt bulbs
12V inverter 500watts : price 2K -buy here-[via aliexpress]
===========================================
total cost approx 12,000/-
২জন মেধা ছাত্ৰ বা ছাত্ৰীৰ ঘৰলে এনে চিচতেম দিলে কেনে হয় ...
আমাৰ উৎসৱৰ (বিহু পুজা) চা্ন্দাৰ অলপকে এই কামত লগাব পাৰিলেহে হব

Comments

Popular posts from this blog

MakeINAxom - a revolution that will light up assam (600Rs Inverters !)

#MakeINAxom
#SOHOJELECTRONICS
#SELABS

MakeINAxom is a dream that will shine Assam and NE Region .....
এই ব্লগত  SELABS বোলা অনুস্থানতোৰ সপোনক ৰাইজলৈ নিছোঁ 
SELABS কি  , কি কৰিব বিচাৰিছে ?     SELABS organization বনাইছিলো অকলেই , ইয়াৰ আৰম্ভনিত ২-৩বছৰে ফেচবুক গ্ৰুপ   "SOHOJ ELECTRONICS TALK AXOM"  ত  ইলেক্ট্ৰনিক্সক লৈ কেনেকে প্ৰদাক্ত বনাব সেইয়া লৈ আহিছিলোঁ
--- Eng::
   The "SOHOJ ELECTRONICS TALK AXOM" face book group has been pioneer in bringing electronics and DIY to all in a simple way .It has acquired 9000members in 2 years that include people from all spares of job  / academics .  ---- SELABS কেনেদৰে বিপ্লব কৰিব বূলি ভাৱিব পাৰি ? SELABS প্ৰথমে বনাইছে সহজ-ইনভাৰ্তাৰ  ৩ ৰুমত ১০০% উজ্জল লাঈত দিব দামী ইন্ভাৰ্তাৰৰ দৰে ।  কেবল ফেন আদি নচলে বেচিক মদেলত ,কাৰ দাম আৰু বেতেৰী যি দৰকাৰ তাৰ খৰচ কম ৰাখিবলে । 
The key points of MakeinAxom Industry 
Rs 600/-ইন্ভাৰ্তাৰ কৰি সকলোকে দিল্লীত বনোৱা বেয়া চাৰ্কিতৰ ইমাৰজেনচী আদিৰ পৰা আতৰাই অসমতে বনোৱা , অসমীয়াই ডিজাইন কৰা প্ৰদাক্ত কিবা বেয়া …

you said Joule Thief?

you said Joule Thief? you said Joule Thief? 

It’s a little wisp of a circuit that allows you to drive aPOWER  LED from a low voltage. Normally, if you want to light up a blue or white LED you need to provide it with 3 – 3.5 V, like from a 3 V lithium coin cell.


But the magic of JT is  a 1.5 V battery like a AA cell simply will work. 
Easy make  Joule Thief,  works like a charm. Not only does it work with a brand new battery, but it works until the battery is nearly dead– down to 0.3 V. 

That’s well below the point where your other toys will tell you the battery is dead, so it can steal every last joule of energy from the battery (hence the name).

how about a cellphone charger , yes it is doable , we are here to give you  a usable tested diagram .


get  the ring toroid from a OLD smps of pc ! 

তেজপুৰত তৈয়াৰী makeinaxom inverter

অসমৰ প্রায় সংখ্যক জিলা
sohoj inverter
তে আমাৰ Make in Axom ৰ সৌৰ শক্তি (Solar inverter) প্ৰদান কৰি থকা হৈছে ।সকলোৱে ভাল পাইছে সঁহাৰি জনাইছে সাহস দিছে আমাক   ৬০০টকীয়া তেজপুৰত তৈয়াৰি ইন্ভাৰ্টাৰ...
গাওঁ চহৰৰ সকলোৱে লৈ আছে অসম সলনি কৰিব পাৰিছোঁ


ৰাতি পোহৰ পাবলে অসমীয়াই থিয় দিছে চাইনা লাইতক বিদায় দিবলে, আমাৰ চহৰ বোৰত উদ্যোগ কৰিবলে এইয়া মেকইনঅসম..।
SELAB আগলৈ আৰু Develop কৰিম আমাৰ Technology .এইয়া মাথোঁ আৰম্ভণিহে ।ইচ্ছুক গ্ৰাহক সকলে যোগাযোগ কৰক .. Selab.in
পোহৰত থাকক পোহৰ বিলাওক ।আন্ধাৰৰ ভেটা ভাঙি পোহৰ বিলাওঁ আহা...।Made in china {Solar Light } = দেখিব ধুনীয়া ৰাংঢালি নাচনী ।ডাৱৰীয়া বতৰত Solar এ Charge কৰিবএ নোৱাৰে ।
বেছি দেৰি ঘৰ পোহৰাব নোৱাৰে ।Battery life Big zero ।পইচা বেছি লয় ।দেশৰ কষ্টৰ ধন অপব্যবহাৰ হয় ।
Make in axom {Solar Light } = গুৰুত্ব দিয়া হয় তাৰ ক্ষমতাৰ ওপৰত ।দীৰ্ঘ সময় ১৪ ঘণ্টা পৰ্যন্ত পোহৰাব পাৰে ঘৰ ।
ডাৱৰীয়া বতৰত Charge কৰিব পৰা ক্ষমতা প্ৰখৰ ।ধনী দুখীয়া নিৰ্বিশেষে কিনিব পাৰে inverter .মোবাইল charge কৰিব ৭/৮ টা পৰ্যন্ত ।আৰু বহুতো