Skip to main content

Posts

Showing posts from 2018

তেজপুৰত তৈয়াৰী makeinaxom inverter

অসমৰ প্রায় সংখ্যক জিলা sohoj inverter তে আমাৰ Make in Axom ৰ সৌৰ শক্তি (Solar inverter) প্ৰদান কৰি থকা হৈছে ।সকলোৱে ভাল পাইছে সঁহাৰি জনাইছে সাহস দিছে আমাক   ৬০০টকীয়া তেজপুৰত তৈয়াৰি ইন্ভাৰ্টাৰ... গাওঁ চহৰৰ সকলোৱে লৈ আছে অসম সলনি কৰিব পাৰিছোঁ ৰাতি পোহৰ পাবলে অসমীয়াই থিয় দিছে চাইনা লাইতক বিদায় দিবলে, আমাৰ চহৰ বোৰত উদ্যোগ কৰিবলে এইয়া মেকইনঅসম..। SELAB আগলৈ আৰু Develop কৰিম আমাৰ Technology .এইয়া মাথোঁ আৰম্ভণিহে ।ইচ্ছুক গ্ৰাহক সকলে যোগাযোগ কৰক .. Selab.in পোহৰত থাকক পোহৰ বিলাওক ।আন্ধাৰৰ ভেটা ভাঙি পোহৰ বিলাওঁ আহা...।Made in china {Solar Light } = দেখিব ধুনীয়া ৰাংঢালি নাচনী ।ডাৱৰীয়া বতৰত Solar এ Charge কৰিবএ নোৱাৰে । বেছি দেৰি ঘৰ পোহৰাব নোৱাৰে ।Battery life Big zero ।পইচা বেছি লয় ।দেশৰ কষ্টৰ ধন অপব্যবহাৰ হয় । Make in axom {Solar Light } = গুৰুত্ব দিয়া হয় তাৰ ক্ষমতাৰ ওপৰত ।দীৰ্ঘ সময় ১৪ ঘণ্টা পৰ্যন্ত পোহৰাব পাৰে ঘৰ । ডাৱৰীয়া বতৰত Charge কৰিব পৰা ক্ষমতা প্ৰখৰ ।ধনী দুখীয়া নিৰ্বিশেষে কিনিব পাৰে inverter .মোবাইল charge কৰিব ৭/৮ টা পৰ্যন্ত ।আৰু বহুতো