Skip to main content

Create $1.5 Arduino DIY

What is ARduino ? 
Arduino সৰলভাবে programmed   projects বনাবলে ব্যৱহাৰ কৰা হয় ,ইয়াক ব্যৱহাৰ
কৰিবলে সাধাৰণ প্ৰগ্ৰেমিঙ জানিলেই হল , Arduino Adafruit indutriesএ বনোৱা development platform পৃথিৱী সবাতোকে বেছি প্ৰচাৰিত ..
How does it look ? 
Refer this pic 
 
 This  is  Arduino development platform ১৫০০টকা মানত হে কিনিব পোৱা গৈছিল সেয়ে কোনো কোনোৱে মিলি freeduinoবনালে freeduino board 700-900Rs
EVEN cheap Arduino ? 
মই চাই দেখো ইয়াক অতি কমতে চোন বনাব পাৰি
... Freeduino মডিফাই কৰিলে চোন ১০০টকাতে বনাব পাৰি,আইডিয়া তলত দিলো
Make Arduino UNO serial in 100Rs ,Arduino UNO USB 150Rs
Buy IC :http://bit.ly/1qZQOMs --60Rs
USB Serial =http://bit.ly/1sqPHBJ <1$
Pinheaders + others 60Rs: Buy locally
How to assemble :
here  is a writeup with diagram :
DIY Arduino diagram


#makeinAssam #diy #gaming #electronics

Comments

Popular posts from this blog

you said Joule Thief?

you said Joule Thief? you said Joule Thief? 

It’s a little wisp of a circuit that allows you to drive aPOWER  LED from a low voltage. Normally, if you want to light up a blue or white LED you need to provide it with 3 – 3.5 V, like from a 3 V lithium coin cell.


But the magic of JT is  a 1.5 V battery like a AA cell simply will work. 
Easy make  Joule Thief,  works like a charm. Not only does it work with a brand new battery, but it works until the battery is nearly dead– down to 0.3 V. 

That’s well below the point where your other toys will tell you the battery is dead, so it can steal every last joule of energy from the battery (hence the name).

how about a cellphone charger , yes it is doable , we are here to give you  a usable tested diagram .


get  the ring toroid from a OLD smps of pc ! 

MakeINAxom - a revolution that will light up assam (600Rs Inverters !)

#MakeINAxom
#SOHOJELECTRONICS
#SELABS

MakeINAxom is a dream that will shine Assam and NE Region .....
এই ব্লগত  SELABS বোলা অনুস্থানতোৰ সপোনক ৰাইজলৈ নিছোঁ 
SELABS কি  , কি কৰিব বিচাৰিছে ?     SELABS organization বনাইছিলো অকলেই , ইয়াৰ আৰম্ভনিত ২-৩বছৰে ফেচবুক গ্ৰুপ   "SOHOJ ELECTRONICS TALK AXOM"  ত  ইলেক্ট্ৰনিক্সক লৈ কেনেকে প্ৰদাক্ত বনাব সেইয়া লৈ আহিছিলোঁ
--- Eng::
   The "SOHOJ ELECTRONICS TALK AXOM" face book group has been pioneer in bringing electronics and DIY to all in a simple way .It has acquired 9000members in 2 years that include people from all spares of job  / academics .  ---- SELABS কেনেদৰে বিপ্লব কৰিব বূলি ভাৱিব পাৰি ? SELABS প্ৰথমে বনাইছে সহজ-ইনভাৰ্তাৰ  ৩ ৰুমত ১০০% উজ্জল লাঈত দিব দামী ইন্ভাৰ্তাৰৰ দৰে ।  কেবল ফেন আদি নচলে বেচিক মদেলত ,কাৰ দাম আৰু বেতেৰী যি দৰকাৰ তাৰ খৰচ কম ৰাখিবলে । 
The key points of MakeinAxom Industry 
Rs 600/-ইন্ভাৰ্তাৰ কৰি সকলোকে দিল্লীত বনোৱা বেয়া চাৰ্কিতৰ ইমাৰজেনচী আদিৰ পৰা আতৰাই অসমতে বনোৱা , অসমীয়াই ডিজাইন কৰা প্ৰদাক্ত কিবা বেয়া …

তেজপুৰত তৈয়াৰী makeinaxom inverter

অসমৰ প্রায় সংখ্যক জিলা
sohoj inverter
তে আমাৰ Make in Axom ৰ সৌৰ শক্তি (Solar inverter) প্ৰদান কৰি থকা হৈছে ।সকলোৱে ভাল পাইছে সঁহাৰি জনাইছে সাহস দিছে আমাক   ৬০০টকীয়া তেজপুৰত তৈয়াৰি ইন্ভাৰ্টাৰ...
গাওঁ চহৰৰ সকলোৱে লৈ আছে অসম সলনি কৰিব পাৰিছোঁ


ৰাতি পোহৰ পাবলে অসমীয়াই থিয় দিছে চাইনা লাইতক বিদায় দিবলে, আমাৰ চহৰ বোৰত উদ্যোগ কৰিবলে এইয়া মেকইনঅসম..।
SELAB আগলৈ আৰু Develop কৰিম আমাৰ Technology .এইয়া মাথোঁ আৰম্ভণিহে ।ইচ্ছুক গ্ৰাহক সকলে যোগাযোগ কৰক .. Selab.in
পোহৰত থাকক পোহৰ বিলাওক ।আন্ধাৰৰ ভেটা ভাঙি পোহৰ বিলাওঁ আহা...।Made in china {Solar Light } = দেখিব ধুনীয়া ৰাংঢালি নাচনী ।ডাৱৰীয়া বতৰত Solar এ Charge কৰিবএ নোৱাৰে ।
বেছি দেৰি ঘৰ পোহৰাব নোৱাৰে ।Battery life Big zero ।পইচা বেছি লয় ।দেশৰ কষ্টৰ ধন অপব্যবহাৰ হয় ।
Make in axom {Solar Light } = গুৰুত্ব দিয়া হয় তাৰ ক্ষমতাৰ ওপৰত ।দীৰ্ঘ সময় ১৪ ঘণ্টা পৰ্যন্ত পোহৰাব পাৰে ঘৰ ।
ডাৱৰীয়া বতৰত Charge কৰিব পৰা ক্ষমতা প্ৰখৰ ।ধনী দুখীয়া নিৰ্বিশেষে কিনিব পাৰে inverter .মোবাইল charge কৰিব ৭/৮ টা পৰ্যন্ত ।আৰু বহুতো